In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ জাননী।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী।নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী গৰাকীলৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে।আজি বিয়লি ৫বজাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।প্ৰচাৰ সভাত চৰকাৰী আচনিঁ ঘোষণা কৰাৰ অভিযোগ।কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত এই জাননী নিৰ্বাচন আয়োগৰ।