skip to Main Content

মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।

মহানগৰীৰ বেলতলাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড । ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ দম্পতীক।ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)।

Back To Top