A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
মুম্বাইত অনুষ্ঠিত হব বিধায়কসকলৰ প্ৰশিক্ষণ শিবিৰ
বিজেপিয়ে আয়োজন কৰিছে বিধায়কসকলৰ প্ৰশিক্ষণ শিবিৰ। দলটোক আগুৱাই নিবলৈ বিধায়ক সকলক মুম্বাইত দিয়া হ’ব প্ৰশিক্ষণ। ১২ নবেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ হ’ব এই প্ৰশিক্ষণ। বিজেপিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা এই শিবিৰত বিজেপিৰ সকলো বিধায়কে অংশগ্ৰহণ কৰিব। শিবিৰটোত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো মন্ত্ৰী বিধায়ক।