Skip to content

শিলচৰত স্থাপন কৰা হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা


শিলচৰত স্থাপন কৰা হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।২১৪ কোটি টকা ব্যয় কৰি স্থাপন কৰা হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।য’ত জীৱ জন্তুৱে কৰিব পাৰিব মুক্ত বিচৰণ।বাহিৰৰ দেশৰ দৰে দৰ্শকে বিশেষ বাহনেৰে দৰ্শণ কৰিব পাৰিব চিৰিয়াখানাৰ সৌন্দৰ্য।

Back To Top