skip to Main Content

ৰাজ্যৰ ১০ খন মহাবিদ্য়ালয়ত স্থাপন কৰা হ’ব বিজ্ঞান আৰু বাণিজ্য় শাখা


ৰাজ্যৰ ১০ খন মহাবিদ্য়ালয়ত স্থাপন কৰা হ’ব বিজ্ঞান আৰু বাণিজ্য় শাখা।মৰিগাওঁ কলেজ,শুৱালকুছি কলেজ,ধেমাজিৰ মৰিধল কলেজ,ভৱানীপুৰৰ ভৱানীপুৰ কলেজ,বিটিএডিৰ শালবাৰী কলেজ,ডিব্ৰুগড়ৰ টিংখাং কলেজ,শোণিতপুৰৰ তেজপুৰ কলেজ,বাসুগাওঁ কলেজ,বি বি কিসাণ কলেজ আৰু মাধৱ চন্দ্ৰ দাস কলেজ।

Back To Top