A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেদাৰনাথ ধামত উন্মোচন কৰিলে আদি গুৰু শংকৰাচাৰ্যৰ এক প্ৰতিমূৰ্তি।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেদাৰনাথ ধামত উন্মোচন কৰিলে আদি গুৰু শংকৰাচাৰ্যৰ এক প্ৰতিমূৰ্তি।১২ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰ ওজন প্ৰায় ৩৫ টন। ইয়াৰোপৰি তেওঁ ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা আদি গুৰুজনৰ সমাধিস্থলো মুকলি কৰিব। নতুনকৈ নিৰ্মাণ কৰা হৈছে আদি গুৰু শংকৰাচাৰ্যৰ সমাধিস্থল।