Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
সকলোৱে কৰিব নালাগে ক’ভিড পৰীক্ষা। ICMRৰ নতুন নিৰ্দেশনা
ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিলে ICMRয়ে।সকলোৱে কৰিব নালাগে ক’ভিড পৰীক্ষা।ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিয়ে কৰিব নালাগে ক’ভিড পৰীক্ষা।কেৱল HIGH RISKত থকা ব্যক্তিকেইজনেহে কৰিব লাগিব ক’ভিড পৰীক্ষা।বিশেষকৈ ৬০ৰ উদ্ধৰ ব্যক্তিসকলৰ দেহত ধৰা পৰে ক’ভিডৰ HIGH RISK।ডায়েবেটিছ,উচ্চ ৰক্তচাপ,বৃক্কৰ ৰোগত ভুগি থকা লোকসকলে কৰিব লাগিব ক’ভিড টেষ্ট।