Skip to content

সূদীৰ্ঘ ২১ মাহৰ পিছত আজি খোল খালে চিনেমা হল


সূদীৰ্ঘ ২১ মাহৰ পিছত আজি খোল খালে চিনেমা হল। ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে চিনেমা হল কৰ্তৃপক্ষ আৰু কৰ্মচাৰীৰ লগতে দৰ্শকৰ মাজত। আজি সমগ্ৰ বিশ্বজুৰি প্ৰায় ৫২০০ স্ক্ৰীণত মুক্তি লাভ কৰিছে সূৰ্যবংশী। আৰ্লি ট্ৰেণ্ডছ অনুসৰি আজিৰ মুক্তিৰ দিনটোতে সূৰ্যবংশীয়ে ৩০ৰ পৰা ৩৫ কোটি টকা ব্যৱসায় কৰাৰ সম্ভাৱনা।

Back To Top