A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা,জৰুৰীকালীন তথা সংকটজনক অৱস্থাত থকা ৰোগীয়ে কৰিব নালাগে ক’ভিড টেষ্ট
স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা,জৰুৰীকালীন তথা সংকটজনক অৱস্থাত থকা ৰোগীয়ে কৰিব নালাগে ক’ভিড টেষ্ট।ক’ভিড ৰিপৰ্ট নাথাকিলেও কৰিব লাগিব চিকিৎসা।চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়তে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।পূৰ্বে বহু ৰোগীক ক’ভিড টেষ্ট নকৰাকৈ প্ৰদান কৰা নাছিল চিকিৎসা সেৱা,ফলত নানা হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছিল ৰোগীসকল।