The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুদিৱস।
গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলা বিশিষ্ট শিল্পীগৰাকীক আজি ৰাজ্যবাসীয়ে সুঁৱৰিছে।হস্তীৰ কন্যা’ৰ স্মৃতিত চানমাৰিত আছুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানতে লোকশিল্পী খগেন গগৈক প্ৰদান কৰা হয় চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি ২০০৭চনৰ পৰাই আছুয়ে প্ৰদান কৰি আহিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা।