skip to Main Content

SEBAৰ কাৰ্যালয়ৰ সন্মুখত টেট পৰীক্ষাৰ্থীৰ প্ৰতিবাদ।

  • Assam


শ শ পৰীক্ষাৰ্থীয়ে ঘেৰাও কৰিছে SEBA কাৰ্যালয়। ন্যায় বিচাৰি প্ৰতিবাদ টেট পৰীক্ষাৰ্থীৰ। পৰীক্ষাত ব্যাপক খেলি-মেলিৰ অভিযোগ।

Back To Top