Skip to content

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা


বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

Back To Top