A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
২০২০ চনৰ পদ্ম বঁটা প্ৰদান
২০২০ চনৰ পদ্ম বঁটা প্ৰদান।ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিছে বঁটা। মুঠ ১১৯ জনক বঁটা প্ৰদান কৰে। তাৰে৭ জনক পদ্ম বিভূষণ আৰু ১০ জনক পদ্মভূষণ বঁটা প্ৰদান কৰে। ১০২ জনক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে ২৯ গৰাকী মহিলা। ১৬ জনক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়াই।