In order to assist all students, particularly Divyangjan of higher educational institutions (HEIs), the UGC…
২০২০ চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল
২০২০ চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল। বিজ্ঞাপন অনুসৰি খালি হৈ থকা ১৫৫৩ টা পদৰ নিযুক্তি প্ৰদানৰ দাবী। বৰ্তমানেও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে ৮ হাজাতকৈ অধিক প্ৰাৰ্থী। ২০১৯ ত প্ৰকাশ পোৱা বিজ্ঞাপন অনুসৰি মুঠ ৫৭৪৬ টা পদৰ বিজ্ঞাপন দিছিল চৰকাৰে। তাৰে ৪ হাজাৰ নিযুক্তি প্ৰদান কৰে যদিও নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকে ১৫৫৩ টা পদ। মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীলৈ খালি হৈ থকা পদৰ শীঘ্ৰেই নিযুক্তি প্ৰদানৰ কাতৰ আহ্বান টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ। গুৱাহাটীৰ প্ৰেছক্লাৱত সংবাদমেল যোগে এই মন্তব্য সদৌ অসম হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ।