A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
২০২২ বৰ্ষৰ প্ৰথমদিনাই মৰ্মান্তিক ঘটনা
২০২২ বৰ্ষৰ প্ৰথমদিনাই মৰ্মান্তিক ঘটনা। শনিবাৰে জন্মু কাশ্মীৰৰ বৈষ্ণু দেৱী মন্দিৰত পদপিষ্ট হৈ অতিকমেও ১২ জন লোকৰ লগতে আহত হৈছে ১৪ জন লোক। নতুন বৰ্ষত মন্দিৰত মানুহৰ ভিৰৰ বাবে সংঘটিত হয় এই ঘটনা। এই ঘটনাত দুখ প্ৰকাশ লগতে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ লগতে আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইফালে আহতসকলক ইতিমধ্যে বিভিন্ন হাস্পতালত ভৰ্তি কৰাৰ লগতে সমগ্ৰ ঘটনা ব্যক্তিগতভাৱে নিৰীক্ষণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।