![](https://newsnetworktv.com/wp-content/uploads/2021/12/bhadesh_kalita-fn.jpg)
ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাৰ পিছত আকৌ ৪, ৫ জন বিধায়ক সাজু হৈছে বিজেপিত যোগদান কৰিবলৈ। শুকুৰবাৰে এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সমগ্ৰ ৰাজ্যখনৰ পৰা চাৰি পাঁচগৰাকী বিধায়ক আহিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷