skip to Main Content

৬ ৰাষ্ট্ৰলৈ গুৱাহাটীৰ পৰা চলিব বিমান


‘উড়ান’ আঁচনিৰ অধীনত শীঘ্ৰে ৬ ৰাষ্ট্ৰলৈ গুৱাহাটীৰ পৰা চলিব বিমান।
এই কথা জনালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।ASTCত এতিয়া কোনো কেলেংকাৰি নাই বুলি দাবী কৰিলে পাটোৱাৰীয়ে।অধিক ভাড়া লোৱা বাছৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো আশ্বাস দিলে পাটোৱাৰীয়ে।

Back To Top