Skip to content

জল পৰিবহনৰ ক্ষেত্ৰত বৃহত্‍ পদক্ষেপ


আভ্যন্তৰীণ জল পৰিবহনৰ ক্ষেত্ৰত বৃহত্‍ পদক্ষেপ। একেদিনাই মুকলি হ’ল ৪খন কেটামাৰান জাহাজ।পাণ্ডুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে জাহাজকেইখন।MV মেঘনা, MV সুদৰ্শন, MV পদ্মা আৰু MV ইন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। ১০০ গৰাকী যাত্ৰী, ৫০খন মটৰ চাইকেল পৰিবহনৰ ক্ষমতা আছে জাহাজকেইখনত।

Back To Top