Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
৭২ সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে ‘চেমখৰ’।
দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়ালে অসমীয়া চলচ্চিত্ৰ ‘চেমখৰ’-এ। ৭২ সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে ‘চেমখৰ’। ১২ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাত প্ৰথমবাৰৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব চেমখৰ। ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫.৩০ বজাত দ্বিতীয় বাৰৰ বাবে প্ৰদৰ্শিত হ’ব চলচ্চিত্ৰখন। এই ছবিখনৰ প্ৰযোজনা, পৰিচালনা আইমী বৰুৱাৰ। ‘চেমখৰ’ৰ মুখ্য ভূমিকাতো অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱায়ে।