skip to Main Content

ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচী।গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।

  • Assam


ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।নতুন SOP অনুসৰি সকলো শিথিল কৰাৰ বিপৰীতে বৰ্তমানেও চৰকাৰে  বন্ধ ৰাখিছে অসমৰ ছবিগৃহ সমূহ।ছবিগৃহ সমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰী সকলে  ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।

Back To Top