On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
ৰাজ্যজুৰি ভূ মাফিয়াৰ বিৰুদ্ধে প্ৰশাসন-আৰক্ষীৰ অভিযান।
সোমবাৰে নিশা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪৫৩টা মাটিৰ দালালক।গুৱাহাটীৰ পৰা আটক কৰা হৈছে ২২ টা মাটিৰ দালালক।ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই অভিযান চলাইছে।মঙ্গলবাৰৰ ভিতৰত আৰু অধিক দালাল আটকহোৱাৰ সম্ভাৱনা আছে।