
ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউন্টাৰ।সৰুপথাৰ নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত সংঘটিত হৈছে এই ঘটনা।কাজিৰঙাত চোৰাং চিকাৰীৰ সন্ধানত চলিছিল অভিযান।ঠিক তেনে সময়তে আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা ৩-৪ জন দুৰ্বৃত্তৰ।প্ৰত্যুত্তৰত আৰক্ষীৰো গুলিচালনা।এই গুলিচালনাত নিহত হয় এজন দুৰ্বৃত্তৰ।