Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
ৰাজ্যত বৃদ্ধি পাইছে এইডছত আক্ৰান্তৰ সংখ্যা, কামৰূপ জিলাতে ৩৫৮ গৰাকী এইডছ আক্ৰান্ত ৰোগী
কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষঠিত এক কৰ্মশালাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ নৰেন্দ্ৰ সি টিছুৱে সদৰি কৰা মতে বিগত ৩১ অক্টোবৰ পৰ্যন্ত ৰাজ্যত মুঠ ২০, ৮৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইডছ। এই ২০, ৮৪১ গৰাকী এইডছ আক্ৰান্তৰ লোকৰ ভিতৰত আছে ১,৮১১ গৰাকী গৰ্ভৱতী মহিলা।আনহাতে ১৯,০৩০ গৰাকী সাধাৰণ লোক আৰু কেৱল কামৰূপ জিলাতে ৩৫৮ গৰাকী এইডছ আক্ৰান্ত ৰোগী আছে বোলি জনায়।