skip to Main Content

ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ অতিৰিক্ত দায়িত্ব।


নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক কেন্দ্ৰই বৃহস্পতিবাৰে তামিলনাডুৰ ৰাজ্যপাল ৰূপে নিযুক্ত।
ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।

Back To Top