Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ৰাজ্যসভাৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল
৪ অক্টোবৰত অনুষ্ঠিত হ’ব অসমৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে নিৰ্বাচন।শনিবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজ্য সভা নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম মনোনিত কৰে। বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছৰে পৰা ৰাজ্যসভাত খালী হৈ আছে এখন আসন।২১ছেপ্তেম্বৰত গুৱাহাটীলৈ আহি ২২ছেপ্তেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে।সোণোৱালৰ লগতে মধ্যপ্ৰদেশৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ’ব মন্ত্ৰী ডাঃ এল মুৰুগান।