Skip to content

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ ভাওনা।

  • Assam


মৰিয়নিৰ নকচাৰীত দস্যু ৰত্নাকৰ মুক্তি লাভ শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন বিধায়ক
ৰূপজ্যোতি কুৰ্মীয়ে।সন্মুখত উপনিৰ্বাচন।সেয়ে নিতৌ ন ন ৰূপত অবতাৰ গ্ৰহন কৰিছে মৰিয়নিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।

Back To Top