Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ৰাজ্য প্ৰশাসনত ব্যাপক ৰদ-বদল
ৰাজ্য প্ৰশাসনত ব্যাপক ৰদ-বদল।পল্লৱ গোপাল ঝা হব কামৰূপ ( মহানগৰৰ ) নতুন উপায়ুক্ত।বিশ্বজিত পেগুক ডিব্ৰুগড়ৰ উপায়ুক্ত ৰূপে বদলি।পল বৰুৱা চৰাইদেওৰ নতুন উপায়ুক্ত।প্ৰণৱ কুমাৰ শৰ্মা দৰংৰ নতুন উপায়ুক্ত।নাজৰিণ আহমেদ ডিমা হাচাওৰ নতুন উপায়ুক্ত।দেৱ কুমাৰ মিশ্ৰ বিশ্বনাথৰ নতুন উপায়ুক্ত।এইচ এন গৌতম নগাঁৱৰ নতুন উপায়ুক্ত।পল্লৱী সৰকাৰ দক্ষিণ শালমাৰাৰ নতুন উপায়ুক্ত।দিবাকৰ নাথ কাৰ্বি আংলং ৰ নতুন উপায়ুক্ত।মৃদুল যাদৱ কৰিমগঞ্জ ৰ নতুন উপায়ুক্ত।কৃষ্ণ বৰুৱা পশ্চিম কাৰ্বি আংলংৰ নতুন উপায়ুক্ত।