skip to Main Content

ৰাষ্টীয় পৰ্যায়ত সাফল্য অৰ্জন অসমৰ প্ৰাপ্তি মেধিৰ

  • Assam


প্ৰাপ্তি মেধিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। দিল্লীত অনুষ্ঠিত হোৱা ৫৯ তম ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ ১৭ বছৰ অনুৰ্দ্ধৰ শাখাত প্ৰাপ্তি মেধিয়ে ৰূপৰ পদক অৰ্জন কৰে। ৫০০ মিটাৰ ৰিং ৰেচ্‌ ৫২ .৬২ ছেকেণ্ডত সমাপ্ত কৰিবলৈ সক্ষম হয়। প্ৰাপ্তি মেধিয়ে বৰ্তমান অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী স্কেটাৰ।

Back To Top