Skip to content

নিশাৰ মহানগৰীত সুৰামত্ত যুৱতীৰ দৌৰাত্ম্য।

গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সংঘটিত ভয়ংকৰ ঘটনা।সুৰামত্ত যুৱতীৰ বাহনে মহতিয়াই নিলে ৯ জনকৈ শ্ৰমিকক।আহত ৯ জন শ্ৰমিকৰ ২ জনৰ অৱস্থা অতি সংকটজনক।এজন শ্ৰমিকৰ দুয়োখন ভৰি চিঙি যায়। বৰ্তমান আটাইকেইজন আহত শ্ৰমিক জি এম চি এইছত চিকিৎসাধীন।নিশাই যুৱতীগৰাকীক আটক কৰিছে দিছপুৰ আৰক্ষী।উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজপথ মেৰামতিৰ কামত ব্যস্ত আছিল শ্ৰমিক কেইজন।

Back To Top