skip to Main Content

পুনৰ আৰম্ভ হ’ব “কা” বিৰোধী আন্দোলন

  • Assam


পুনৰ আৰম্ভ হ’ব “কা” বিৰোধী আন্দোলন। আন্দোলনৰ দিন ঘোষণা লুৰিন জ্যোতি গগৈৰ। ১১ তাৰিখৰ দিনটোতে পুনৰ আৰম্ভ হ’ব “কা” ৰ বিৰুদ্ধে আন্দোলন। ১১ তাৰিখৰ দিনটোতে “কা” গৃহীত কৰা হৈছিল। সেয়েহে ১১ তাৰিখৰ দিনটো কলা দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম জাতীয় পৰিষদে।

Back To Top