Skip to content

মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ।

শুকুৰবাৰে পুৱা গড়চুক আৰক্ষী থানাৰ এটা তহলদাৰী দলে এখন ব’লেৰ পিক আপ ভানত বিস্ফোৰক আৰু বিস্ফোৰণত ব্যৱহৃত সামগ্ৰী কঢ়িয়াই নিয়াৰ অৱস্থাত দুজনক আটক কৰে।আটকাধীন ব্যক্তি দুজন হৈছে আইনল আলী আৰু ৰহিম বদশা।

Back To Top