চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা…
APDCL নিযুক্তিৰ পৰীক্ষাত কেলেংকাৰি
APDCL নিযুক্তিৰ পৰীক্ষাত বিয়াগোম কেলেংকাৰি।১০জন লোকক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। নিশা মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই CM ভিজিলেন্সৰ।APDCLৰ ১,৬০০ পদত নিযুক্তিৰ পৰীক্ষাত অনিয়ম বাবে ২০১৯বৰ্ষৰ APDCLৰ পৰীক্ষা বাতিল। পুনৰ অনুষ্ঠিত হব এই পৰীক্ষা। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।গ্ৰেপ্তাৰ কৰে APDCLৰ OSD দীপাংকৰ দিহিঙীয়াক।অভিযুক্ত APDCLৰ CGM মহম্মদ আতাউৰ ৰহমান পলাতক।