skip to Main Content

প্ৰৱঞ্চক মৃদুপৱন নেওগৰ কাহিলীপাৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান।

  • Assam

প্ৰৱঞ্চক মৃদুপৱন নেওগ নামৰ যুৱকজনৰ কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই অভিযান। নিশা ২ বজাত আৰক্ষী অহাৰ সম্ভেদ পাই পলায়ন নেওগৰ।নিজকে কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়ে যুৱকজনে।আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্ৰ।ব্যক্তিগত বাহনত যুৱকজনে ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱা তথ্যও পোহৰলৈ আহিছে।নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে নেওঁগ উপাধিৰ এই প্ৰৱঞ্চকটোৱে।

Back To Top