এতিয়াৰ পৰা আৰু শুনিবলৈ নাপাব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে ৰ গান
বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে আৰু নাই।কলিকতাৰ এখন অনুষ্ঠানত সংগীত পৰিবেশন কৰি থাকোতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় কণ্ঠশিল্পী গৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ।কলিকতাৰ গুৰুদাস মহাবিদ্যালয়ত গীতৰ অনুষ্ঠান চলি থকা অৱস্হাতে হঠাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু…