skip to Main Content

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। NHPC ৰ লগতে কেন্দ্ৰ - ৰাজ্য চৰকাৰকো সকিয়নী। সুযোগ সন্ধানী চৰিত্ৰৰে ৰাইজক বঞ্চনা কৰিছে কেন্দ্রীয়, ৰাজ্যিক নেতাই। নদী বান্ধ আন্দোলনক পৰিষদৰ নেতৃত্ব…

Read More

মহানগৰীৰ সাতগাও আৰক্ষীৰ জালত মাটিৰ দালাল।

মহানগৰীৰ সাতগাও আৰক্ষীৰ জালত এজন মাটিৰ দালাল। মহানগৰীৰ সাতগাৱৰ নোৱাপাৰাৰ চাইনী হেভেন নামৰ আবাসীক ফ্লেটটোৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মাটিৰ দালাল জনক। দালালজন হৈছে আমছুৰ প্ৰাক্তন সভাপতি ইকবাল হুছেইন। মাটিৰ দালালীৰ অভিযোগত সাতগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইনক। এই সংক্ৰান্তত ইকবাল…

Read More

নিশ্চিত হ’ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।

নিশ্চিত হ'ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।সোণোৱালৰ বিপক্ষে কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন।ইতিমধ্যে মনোনয়ন পত্ৰ পৰীক্ষণ হোৱাৰ পাছত নিৰ্বাচনী বিষয়াই বৈধ ঘোষণা কৰে।২৭ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সোণোৱালৰ নাম।

Read More

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন।GMCHৰ পৰা পলায়ন কৰে কয়দীজনৰ। পলাতক কয়দীজনৰ নাম বিজয় দেবনাথ।GMCHত চিকিত্সাধীন হৈ আছিল বিজয়।

Read More

গুৱাহাটীৰ গেমছ ভিলেজত DTOৰ অভিযান।

গুৱাহাটীৰ গেমছ ভিলেজত DTOৰ অভিযান।কৰ ফাঁকি দিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে অভিযান।কৰ নিদিয়া বহু বিলাসী গাড়ীৰ তালিকা প্ৰস্তুত। ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰ দিবলৈ সকীয়নি DTO গৌতম দাসৰ।এনফ’ৰ্চমেণ্টৰ দল লৈ অভিযান জিলা পৰিবহণ বিভাগৰ।

Read More

১ অক্টোৱৰৰ পৰা নৱম, একাদশ, স্নাতক বৰ্ষৰ পাঠদান

১ অক্টোৱৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন। ৰাজ্যত নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা বুলি সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পাঠদান।একেদিনাই আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰো পাঠদান। ১ অক্টোবৰৰ পৰা পাঠদান…

Read More

অসমত মুকলি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰনিক চাৰ্জিং পইন্ট।

অসমত মুকলি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰনিক চাৰ্জিং পইন্ট। গুৱাহাটীৰ জ্যোতিকুচিত মুকলি চাৰ্জিং পইন্টতো।কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুকলি কৰে কেন্দ্ৰটো।এবাৰ চাৰ্জ দিলে তিনিশৰ পৰা চাৰিশ কিঃমিঃ চলিব প্ৰতিখন বাহন!

Read More

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।নুনমাটি বাছ ষ্টেণ্ডৰ ওচৰত থকা এখন চাহৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত । সম্পূৰ্ণৰূপে ভষ্মীভূত চাহ দোকানখন।স্থানীয় লোকৰ তৎপৰতাত আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ…

Read More

গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল বজালীৰ ১৭ গৰাকী মাটি দালালক

গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় বজালীৰ ১৭ গৰাকী মাটি দালালক। বিশেষ ন্যায়াধীশৰ আদালতে ১৭ জনৰ ৭ জনক ৭ দিনৰ বাবে আৰক্ষী জিন্মাত দিয়ে। বাকী ১০ জনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।

Read More

উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা।

ব্যাপক প্ৰস্তুতিৰে উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা। ২:৫০ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে সভাপতি ভৱেশ কলিতাই। উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হয় এই সভা। পতাকা উত্তোলন ৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে কেন্দ্ৰীয়…

Read More
Back To Top