Skip to content

অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া।

প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া নিযুক্তি দিয়া হৈছে ৷ IAS বিষয়া হেমেন দাসক প্ৰধান সচিব হিচাপে নিযুক্তি দিছে ৷ হেমেন দাস বৰ্তমান ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে…

Read more

পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা।

১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা। কাজিৰঙাত প্ৰত্যাহাৰ কৰা হ’ব কোভিডৰ সকলো বাধা। মানাহ, ওৰাং, পবিতৰাৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত চৰকাৰৰ আন প্ৰান্তত আৰু কিছুদিনলৈ থাকিব কোভিডৰ বাধা-নিষেধ।

Read more

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলৰ সাক্ষাৎ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলৰ সাক্ষাৎ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান দলটোৰ। গুৱাহাটী পৌৰ নিগম, ৰাজ্যৰ পৌৰ সভা সমূহৰ নিৰ্বাচন পতাৰ দাবীত এই স্মাৰক পত্ৰ প্ৰদান। সঁজাতি দলটোত আছে প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, অসীমা…

Read more

বিশিষ্ট লেখক, কৃষি বিজ্ঞানী ড০ অনুজ বৰুৱাৰ দেহাৱসান

বিশিষ্ট লেখক, কৃষি বিজ্ঞানী ড০ অনুজ বৰুৱাৰ ৫৭ বছৰ বয়সত দেহাৱসান ঘটে। জিএমচিএইচত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে বিশিষ্ট বিজ্ঞানী জনে। লিভাৰ চিৰচিচ ৰোগত দীৰ্ঘদিনৰে পৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মহা অৰণ্যৰ শ্ৰষ্টা। তেখেতৰ মৃতদেহ ক্ষেত্ৰীৰ ধোপগুৰিস্থিত আলহীঘৰত আনি…

Read more

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। NHPC ৰ লগতে কেন্দ্ৰ - ৰাজ্য চৰকাৰকো সকিয়নী। সুযোগ সন্ধানী চৰিত্ৰৰে ৰাইজক বঞ্চনা কৰিছে কেন্দ্রীয়, ৰাজ্যিক নেতাই। নদী বান্ধ আন্দোলনক পৰিষদৰ নেতৃত্ব…

Read more

মহানগৰীৰ সাতগাও আৰক্ষীৰ জালত মাটিৰ দালাল।

মহানগৰীৰ সাতগাও আৰক্ষীৰ জালত এজন মাটিৰ দালাল। মহানগৰীৰ সাতগাৱৰ নোৱাপাৰাৰ চাইনী হেভেন নামৰ আবাসীক ফ্লেটটোৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মাটিৰ দালাল জনক। দালালজন হৈছে আমছুৰ প্ৰাক্তন সভাপতি ইকবাল হুছেইন। মাটিৰ দালালীৰ অভিযোগত সাতগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইনক। এই সংক্ৰান্তত ইকবাল…

Read more

নিশ্চিত হ’ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।

নিশ্চিত হ'ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।সোণোৱালৰ বিপক্ষে কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন।ইতিমধ্যে মনোনয়ন পত্ৰ পৰীক্ষণ হোৱাৰ পাছত নিৰ্বাচনী বিষয়াই বৈধ ঘোষণা কৰে।২৭ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সোণোৱালৰ নাম।

Read more

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন।GMCHৰ পৰা পলায়ন কৰে কয়দীজনৰ। পলাতক কয়দীজনৰ নাম বিজয় দেবনাথ।GMCHত চিকিত্সাধীন হৈ আছিল বিজয়।

Read more

গুৱাহাটীৰ গেমছ ভিলেজত DTOৰ অভিযান।

গুৱাহাটীৰ গেমছ ভিলেজত DTOৰ অভিযান।কৰ ফাঁকি দিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে অভিযান।কৰ নিদিয়া বহু বিলাসী গাড়ীৰ তালিকা প্ৰস্তুত। ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰ দিবলৈ সকীয়নি DTO গৌতম দাসৰ।এনফ’ৰ্চমেণ্টৰ দল লৈ অভিযান জিলা পৰিবহণ বিভাগৰ।

Read more

১ অক্টোৱৰৰ পৰা নৱম, একাদশ, স্নাতক বৰ্ষৰ পাঠদান

১ অক্টোৱৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন। ৰাজ্যত নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা বুলি সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পাঠদান।একেদিনাই আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰো পাঠদান। ১ অক্টোবৰৰ পৰা পাঠদান…

Read more
Back To Top