A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু
তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ। দুৰ্ঘটনাগ্ৰস্ত হয় CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ। বিপিন ৰাৱটৰ পৰিয়ালসহ হেলিকপ্টাৰখনত আছিল ১৪ জনকৈ লোক। দুৰ্ঘটনাত সম্পূৰ্ণকৈ জ্বলি ভষ্মীভূত হয় হেলিকপ্টাৰখন। সংকটজনক অৱস্থাত ICU ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যু হয় বিপিন ৰাৱাটৰ। বিপিন ৰাৱাটৰ লগতে এই পৰ্যন্ত ১১ জন লোকৰ মৃত্যু হৈছে।