A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
Whats App,Telegram ব্যৱহাৰত নিষেধাজ্ঞা
Whats App,Telegram ব্যৱহাৰত নিষেধাজ্ঞা।চৰকাৰী কৰ্মচাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা,গুৰুত্বপূৰ্ণ তথ্য় প্ৰেৰণ কৰিবলৈ Whats App,Telegram ৰ দৰে এপ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা।ব্যক্তিগত এপৰ জৰিয়তে তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে।ব্যক্তিগত App বোৰত চৰকাৰৰ উচ্চ-স্তৰৰ তথ্য আৰু নথিপত্ৰ শ্বেয়াৰ নকৰিবলৈ নিৰ্দেশনা।গুৰুত্বপূৰ্ণ আৰু গোপন সিদ্ধান্ত বা বিষয় আলোচনাত স্মাৰ্টফোন আৰু স্মাৰ্ট ঘড়ী ব্যৱহাৰ কৰিব নোৱাৰিব।কোঠাৰ বাহিৰত জমা দিব লাগিব স্মাৰ্টফোন আৰু স্মাৰ্ট ঘড়ী,তাৰ পিছতহে সভাত উপস্থিত থাকিব পাৰিব চৰকাৰী কৰ্মচাৰী।ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কেন্দ্ৰৰ।