Skip to content

অসমত চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱট।

অসমত চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱট।যোৱা শনিবাৰে গুৱাহাটীত এক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাৱটে।অসম আৰক্ষীয়ে আয়োজন কৰিছিল এই বক্তৃতা অনুষ্ঠানটি।তেওঁ কয়- ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্ৰধান কেন্দ্ৰ হৈ পৰিব এছিয়া।ভাৰত, চীন, জাপানৰ দৰে এছিয়া শক্তিৰ দ্ৰুত উত্থানৰ প্ৰসংগ উল্লেখ ৰাৱটৰ।

Back To Top