skip to Main Content

কাইলৈ মহালয়া। ধৰাৰ বুকুলৈ নামিব মা দুৰ্গা।

কাইলৈ মহালয়া।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।ধৰালৈ নামি আহিব শাৰদী ৰাণী দেৱী দুৰ্গা।দেৱী দুৰ্গাক আদৰিবলৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ।

Back To Top