skip to Main Content

মহানগৰীৰ বেলতলা বজাৰত যোগান বিভাগৰ অভিযান

  • Assam


মহানগৰীৰ বেলতলা বজাৰত যোগান বিভাগৰ অভিযান। শাক-পাচলি, আলু-পিয়াজৰ দোকানে দোকানে চলিল অভিযান। আলু পিয়াঁজ, শাক-পাচলিৰ নিৰ্দিষ্ট দাম বান্ধি দিলে যোগান বিভাগে। আজি জৰিমনা বিহা নাই, এটা সুযোগ দিছে যোগান বিভাগে। কাইলৈৰ পৰা আৰম্ভ কৰিব এক্সন। পিয়াঁজ ৪৫ আলু ২৫, ফুলকবি , বন্ধাকবি ওলকবি- ৩০ বিলাহী ৬০ ৰ অধিক দাম ললে কঠোৰ জৰিমনা। প্ৰতিখন খুচুৰা দোকানৰ সন্মুখত দাম নিৰ্ধাৰণ কৰাৰ ফলক ৰখাটো বাধ্যতামূলক কৰা হৈছে, অন্যথা বাতিল কৰিব ব্যৱসায়ৰ ট্ৰেড লাইচেঞ্চ।

Back To Top