
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে কোৰোণাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে কোৰোণাৰ চিকিতসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰ (Molnupiravir)ৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়।