Skip to content

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কোনে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী!

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী। জাৰ্ছী পিন্ধি জুবিনে ক’লে মই এইবাৰ IPLৰ চলিত ছিজনত ৰাজস্থানক সমৰ্থন কৰিছো। লগতে ৰাজস্থান ৰয়েলছৰ হৈ চলিত IPLত খেলা অসম সন্তান ৰিয়ান পৰাগক শুভেচ্ছা জনায় জুবিন গাৰ্গে।

Back To Top