A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
অহা বছৰৰ পৰাই দেশত আৰম্ভ হ’ব 5G সেৱা
তিনিটা ব্যক্তিগত টেলিকম সেৱা প্ৰদনকাৰী দেশৰ ১৩ খন চহৰত আৰম্ভ কৰিব ৫ জি সেৱা। গুৰুগ্ৰাম, বাংগালোৰ, কলকাতা, মুম্বাই, চণ্ডিগড়, দিল্লী, জামনগৰ, আহমেদাবাদ, চেন্নাই, হায়দৰাবাদ, লক্ষ্ণৌ, পুনে, গান্ধী নগৰ চহৰত ৫জি পৰীক্ষণ স্থান স্থাপন কৰিছে। আইআইটি বোম্বে, আইআইটি দিল্লী, আইআইটি হায়দৰাবাদ, আইআইটি মাদ্ৰাজ, আইআইটি কানপুৰ, আইআইএছচি বাংগালোৰ, সমীৰ আৰু চিইৱাইআইটি (CEWiT)য়ে ৩৬ মাহ ধৰি ইয়াৰ ওপৰত কাম কৰি আছে । ২২৪ কোটি টকা ব্যয়ৰে স্থাপন কৰা প্ৰকল্পটো ৩১ ডিচেম্বৰ ২০২১ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।