Skip to content

আই আই টি গুৱাহাটীত কোভিডৰ গণসংক্রমণ।অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।আক্রান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী।বাহিৰলৈ অহা-যোৱা কৰা বন্ধ কৰা হৈছে শিক্ষাপ্রতিষ্ঠানখনত।আই আই টিত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ।

Back To Top