On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
গুৱাহাটীৰ দম্পতী হত্যাত অভিযুক্ত আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে। উল্লেখযোগ্য যে এই জঘন্য হত্যাকাণ্ডৰ পিছতে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সম্পত্তিৰ বাবেই বৃদ্ধ দম্পতীক হত্যা কৰা হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।