skip to Main Content

অসমৰ খেলৰ বাবে সুখবৰ


অসমৰ খেলৰ বাবে সুখবৰ। দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নাম অনুমোদন কৰিছে ট’কিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ। দেশৰ ক্ৰীড়া বিশেষজ্ঞৰ দ্বাৰা গঠিত জুৰী কমিটীয়ে লাভলীনা বৰগোহাঁইৰ ভাৰতবৰ্ষৰ প্ৰতি থকা ক্ৰীড়া অৱদানৰ বাবে তেওঁৰ নামটো অনুমোদন জনায়।

Back To Top