Skip to content

আগন্তুক টেট পৰীক্ষাৰ দিন সলনি

আগন্তুক টেট পৰীক্ষাৰ সলনি কৰা হল দিন। ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা। পূৰ্বে ২৪ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট।

Back To Top