A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
আজিৰ দিনটোত সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ
আজি ধনতেৰাছ। আজিৰ দিনটোত সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ। ধনতেৰাছৰ দিনা হ্ৰাস পাইছে সোণৰ মূল্য। ৮,৩০০ টকা হ্ৰাস হৈছে সোণৰ মূল্য। সোণৰ লগতে কমিছে ৰূপৰ মূল্যও। সোণ আজি প্ৰতি ১০ গ্ৰামত ০.১৪ শতাংশ হ্ৰাস হৈ ৪৭,৮৩৫ টকা হৈছে। আজিৰ দিনটোত ০.২৩ শতাংশ হ্ৰাস পাইছে ৰূপৰ মূল্যও আৰু ১ কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে ৬৪,৬৪১ টকা।