Skip to content

আজিৰ পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিবেশন


ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ হয় সংসদৰ কাম-কাজ।পহিলা ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট।এইবাৰ হ’ব সম্পূৰ্ণ ডিজিটেল বাজেট।বাজেট অধিবেশনৰ অন্ত পৰিব অহা ৮এপ্ৰিলত।

Back To Top